শেষ সুযোগ? টুইটাৰক ৪ জুলাইৰ ভিতৰত কেন্দ্ৰৰ আদেশ পালন কৰিবলৈ জাননী জাৰি

শেহতীয়াকৈ এক চৰকাৰী সূত্ৰই জনোৱা মতে, চৰকাৰে টুইটাৰক ৪ জুলাইৰ ভিতৰত ইয়াৰ অতীতৰ সকলো আদেশ পালন কৰিবলৈ জাননী জাৰি কৰিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৪ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। ইয়াৰ ফলত টুইটাৰে মধ্যস্থতাকাৰীৰ মৰ্যাদা হেৰুৱাব পাৰে, যাৰ অৰ্থ হৈছে ই ইয়াৰ প্লেটফৰ্মত পোষ্ট কৰা সকলো মন্তব্যৰ বাবে দায়বদ্ধ হ’ব। “আজিলৈকে জাৰি কৰা সকলো চৰকাৰী […]

Read More

সঁচাকৈয়ে FASTag হেক কৰিব পাৰিনে?

অসমৰ কেইবাটাও তথাকথিত পোৰ্টেল চেনেলত ভাইৰেল এটা ভিডিঅ’। ভাইৰেল ভিডিঅ’টোৱে লোকসকলক FASTag প্ৰণালীটোৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।ভিডিঅ’টোত দেখুওৱা হৈছিল যে এজন শিশুৱে উইণ্ডশ্বিল্ড পৰিষ্কাৰ কৰাৰ অজুহাতত তেওঁৰ স্মাৰ্টৱাচ ব্যৱহাৰ কৰি এখন গাড়ীত গোপনে ফাষ্টাগ স্কেন কৰি আছে। পিছত, যেতিয়া গাড়ীৰ ভিতৰত থকা এজন ব্যক্তিয়ে শিশুটোৰ স্মাৰ্টৱাচৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া শিশুটো পলাই যায়। পিছত, […]

Read More

সজাগতা অবিহনে অগ্নিবীৰ আঁচনি পৰোক্ষভাৱে বিফল হ’ব

ইতিমধ্যে অগ্নিবীৰ আঁচনি অধীনত ভাৰতীয় বায়ুসেনা আৰু নৌসেনা ই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এক জুলাই পৰা ভাৰতীয় আৰ্মী ত ও যুৱকসকলৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হ’ব । এয়া উঠি অহা নৱ প্ৰজন্ম ৰ কাৰনে ভাৰতীয় সামৰিক বাহিনীত যোগদান কৰা বিশেষ সুবিধা । কিন্তু কৰোৱা ত অসমৰ যুৱক সকলে আঁচনি খনক লৈ যেন যিখিনি সজাগ হ’ব […]

Read More

কানহাইয়া লালৰ দৰে মৃত্যুৰ ভাবুকি লাভ কৰিছে প্ৰাক্তন BJP নেতা নবীন কুমাৰ জিন্দলে : Emailৰ জৰিয়তে লাভ কৰিছে মৃত্যু ভাবুকি পত্ৰ

পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত বিজেপিৰ পৰা বহিষ্কৃত হোৱা বিজেপি নেতা নবীন কুমাৰ জিন্দললৈ আহিছে মৃত্যুৰ ভাবুকি। এই দাবী কৰিছে নবীন জিন্দলে । তেওঁ জানিবলৈ দিয়া অনুসৰি ইমেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে আৰু মেইলখনত উদয়পুৰ গণহত্যাৰ এটা ভিডিঅ’ও আছে। নবীন কুমাৰ জিন্দলে দিল্লী আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত কৰিছে অভিযোগ আৰু তেওঁলোকক বিষয়টো তৎক্ষণাৎ […]

Read More

আজি গুৱাহাটী এৰিব বিদ্ৰোহী বিধায়কে : যোৱাৰ পূৰ্বে বান সাহার্যৰ বাবে প্ৰদান ৫১ লাখ টকা

মহাৰাষ্ট্ৰৰ বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলে অসমৰ বান সাহাৰ্যৰ বাবে ৫১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে । শিৱসেনা একনাথ চিন্দেয়ে চলিত বানৰ উদ্ধাৰ কাৰ্যত অৱদান হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকা দান কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ অসমে তীব্ৰ বানপানীৰ সৈতে যুঁজি থকাৰ সময়তে সেনাৰ ভিন্নমতাবলম্বীসকলে গুৱাহাটীৰ এখন বিলাসী হোটেলত বাহৰ পাতি আছিল। এই বিধায়কসকল প্ৰথমে ২২ […]

Read More

পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি ৰাস্তা নিৰ্মাণ ৰ পৰিকল্পনা ত্ৰিপুৰা চৰকাৰৰ

প্ৰকৃতি প্ৰেমী সকলৰ কাৰনে অত্যন্ত ভাল খবৰ যে, এক জুলাই পৰা Single used plastic সম্পূৰ্ণ ৰূপে ভাৰতত বন্ধ হ’ব । ইয়াৰ সমান্তৰালকৈএইবাৰ ত্ৰিপুৰা চৰকাৰে পৰিৱেশৰ অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এক অভিনৱ পদক্ষেপ হাতত লৈছে । এইবাৰ ত্ৰিপুৰা চৰকাৰে আগৰতলা চহৰ আৰু ইয়াৰ আশে-পাশে ৫০ কিলোমিটাৰৰ পথবোৰত পেলনীয়া প্লাষ্টিক ৰ দ্বাৰা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য […]

Read More

Nagaland govt awards ‘cleanest’ urban local bodies, wards

In 2014, the government of India initiated Clean India Mission to eliminate open defecation and to improve solid waste management . Though the mission aimed to achieve an open-defecation-free India, respecting nature by keeping it clean is also part of the package as it is a solemn duty of every Indian citizen. But unfortunately, with […]

Read More