Addicted to Screens: It Affects Physical and Mental Health

Just like alcohol and tobacco use, screen time can become an addiction that can damage your health and relationships if it’s not kept it check. Screen addiction is a group of behaviors that are negative, some negative outcomes, that can happen when we use too much technology during our day. Prolonged use of watching TV, […]

Read More

ফেচবুকৰ প্ৰফাইল ফটো হিচাপে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া মন কি বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে এক গৌৰৱময় আৰু ঐতিহাসিক মুহূৰ্তৰ বাবে সাক্ষী হ’বলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবিবাৰে দেশৰ জনসাধাৰণক ২ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ছ’চিয়েল মিডিয়া প্ৰ’ফাইলত তেওঁলোকৰ প্ৰফাইল […]

Read More

PM কিষাণ যোজনাৰ হিতাধিকাৰীসকললৈ জৰুৰী খবৰ : আজিৰ ভিতৰতেই কৰক এই কাম, অন্যথা বঞ্চিত হ’ব কিস্তিৰ ধনৰ পৰা

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ। কিয়নো আজি অৰ্থাৎ ৩১ জুলাই হৈছে PM কিষাণ আঁচনিৰ অধীনত E-KYC জমা দিয়াৰ অন্তিম তাৰিখ। অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এতিয়া E-KYC সম্পন্ন কৰিবলৈ মাত্ৰ কেইঘণ্টামান বাকী আছে। যিহেতু চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ বাবে E-KYC বাধ্যতামূলক কৰিছে। এনে পৰিস্থিতিত যদি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় কৃষকসককে কিস্তিৰ ধনৰ পৰা […]

Read More

ধন ৰপ্তানিৰ গোচৰত সঞ্জয় ৰাউটৰ বাসগৃহত তালাচী ED-ৰ : “মই মৰিলেও মই আত্মসমৰ্পণ নকৰো”- সঞ্জয় ৰাউট

এইবাৰ সঞ্জয় ৰাউটৰ বাসগৃহত ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত তালাচী অভিযান ED-ৰ। প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ED য়ে ৰবিবাৰে মুম্বাইত শিৱসেনাৰ সাংসদ ৰাউটৰ বাসগৃহত চলাইছে অভিযান। ৰাউটৰ বিৰুদ্ধে আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ দ্বাৰা জাৰী কৰা একাধিক চমনৰ পিছত চলোৱা হৈছে অভিযান। মুম্বাইৰ পাত্ৰ চাওলৰ পুনৰ বিকাশত অনিয়ম আৰু তেওঁৰ পত্নী আৰু সহযোগীৰ সৈতে সম্পৰ্কিত লেনদেনৰ সৈতে জড়িত এক […]

Read More

ড্ৰাগছ ৰ ক্ষেত্ৰত অসম আৰক্ষী ৰ বিশেষ সফলতা

কাৰ্বি আংলং পুলিচ ৰ বিশেষ সফলতা । আজি পুৱা কাৰ্বি আংলং পুলিচৰ এটা টীমে WB74P4456 গাড়ী খনক কৰায়ত্ব কৰি ৯৬৬ গ্ৰাম হেৰ’ইন জব্দ কৰে । জব্দ কৰা এই হেৰ’ইন খিনি ৭৫ টা বাকচত লৈ অনা হৈছিল । ইতিমধ্যে এই ঘটনা ৰ লগত অভিযুক্ত দুজন লোকক কৰায়ত্ব কৰে কাৰ্বি আংলং পুলিচে । উল্লেখ্য যে, ড: হিমন্ত […]

Read More

লস্কৰ -ই- তৈৱা ৰ আকৌ এজন সন্ত্ৰাসবাদী ক এনকাউন্টাৰ

আকৌ এবাৰ লস্কৰ- ই-তৈৱা ৰ এজন সন্ত্ৰাসবাদী ক এনকাউন্টাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই । বাৰামুলাৰ পট্টন অঞ্চল ৰ বাসিন্দা আছিল সন্ত্ৰাসবাদী জন । ইৰছাদ আহমেদ ভট্ট বুলি চিনাক্ত কৰা হয় সন্ত্ৰাসবাদী জনক ।বাৰামুলাৰ বিনেৰ অঞ্চলত ৰাষ্ট্ৰীয় ৰাইফল , বিশেষ পেৰা বাহিনী আৰু এছ অ’ জি দলৰ যৌথ অভিযানত আৰম্ভ হৈছিল এই অভিযান । নিহত […]

Read More

“বিদ্যালয়ত বন্ধৰ দিনবোৰ ধৰ্মৰ ভিত্তিত নিৰ্ণয় কৰিব নালাগে”-BJP : মুছলমান অধ্যুষিত জিলাৰ ৫০০ খনকৈ বিদ্যালয়ত শুকুৰবাৰে পালন সাপ্তাহিক বন্ধ

বিহাৰত মুছলমান অধ্যুষিত জিলাসমূহৰ প্ৰায় ৫০০ খন চৰকাৰী বিদ্যালয়ে শুক্ৰবাৰে পালন কৰি আহিছে সাপ্তাহিক বন্ধ । এই সম্পৰ্কে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিহাৰৰ শিক্ষা মন্ত্ৰী তথা জেডি (ইউ)ৰ নেতা বিজয় কুমাৰ চৌধুৰীয়ে জিলা শিক্ষা বিষয়াসকলক এই প্ৰথা অনুসৰণ কৰি থকা বিদ্যালয়সমূহৰ এক বিতং তালিকা দাখিল কৰিবলৈ কৈছে। জেডি(ইউ)ৰ মন্ত্ৰীগৰাকীয়ে কয়, “আমি এই […]

Read More

ব’ল বোমৰ ভক্তৰ ওপৰত শিলগুটি আৰু লেতেৰা পানী নিক্ষেপ বিশেষ সম্প্ৰদায়ৰ লোকৰ : গংগাৰ পৰা পানী সংগ্ৰহ কৰিবলৈ যোৱা ভক্তৰ বাবে কৰা হৈছে সুৰক্ষাৰ ব্যৱস্থা

সমগ্ৰ দেশতে অতি ধুমধামেৰে শ্ৰাৱণ যাত্ৰা চলি আছে। শিৱৰ ভক্তসকলে ভগৱান শিৱৰ জল অভিষেকৰ বাবে গংগাজল কঢ়িয়াই আনি আৰু ভগৱান শিৱক পূজা কৰিছে। কিন্তু একাংশই এই সময়ছোৱাত ভক্তসকলক কৰি আছে আক্ৰমণ । কৰবাত ভক্তসকলৰ দেহলৈ শিলগুটি নিক্ষেপ কৰা হৈছে আৰু কৰবাত লেতেৰা পানী তেওঁলোকৰ ওপৰত পেলাই দিয়া হৈছে। এতিয়া উত্তৰ প্ৰদেশৰ বৰেলী জিলাত সংঘটিত হৈছে […]

Read More