খালী হাত মানে নিৰস্ত্ৰ নহয়, ছুপ্ৰিম ক’ৰ্টৰ মতে বন্দুক-ছুৰীৰ দৰে হাতখনো অস্ত্ৰ

খালী হাত মানে নিৰস্ত্ৰ নহয়, ছুপ্ৰিম ক’ৰ্টৰ মতে বন্দুক-ছুৰীৰ দৰে হাতখনো অস্ত্ৰ

খালী হাতেৰে কোনোবাক আক্ৰমণ কৰিলে বা আক্ৰান্ত হ’লে কোৱা হয় নিৰস্ত্ৰ ব্যক্তি। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ইয়াৰ ব্যাখ্যা নতুনকৈ দিছে। ন্যায়ালয়ে কৈছে, হাত দুখনকো অস্ত্ৰ হিচাপে গণ্য কৰিব পাৰি। অৰ্থাৎ মাথোঁ বন্দুক, ছুৰী আদিয়েই নহয়, হাতখনো তেনে এপাট অস্ত্ৰ। উচ্চতম ন্যায়ালয়ে কিয় এই কথা ক’লে? প্রায় তিনি দশক পূৰ্বে সংঘটিত এটা হত্যাৰ গোচৰত দোষী সাব্যস্ত […]

Read More
 বিশ্ব বক্সিং চেম্পিয়ন শ্বিপত স্বৰ্ণপদক লাভ ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ

বিশ্ব বক্সিং চেম্পিয়ন শ্বিপত স্বৰ্ণপদক লাভ ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ

ভাৰতীয় বক্সাৰ নিখাত জাৰিনে থাই অলিম্পিয়ান জুটামাছ জিটপংক ৫-০ গ’লত পৰাস্ত কৰি বৃহস্পতিবাৰে ইস্তাম্বুলত বিশ্ব খিতাপ অৰ্জন কৰা পঞ্চম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।বিশ্বৰ এগৰাকী প্ৰাক্তন জুনিয়ৰ চেম্পিয়ন আৰু এছিয়ান ব্ৰঞ্জ পদক বিজয়ী নিখাতক বিশ্ব মহিলা চেম্পিয়নশ্বিপত ৫২ কিলোগ্ৰাম ফাইনেল বাউটৰ পিছত বিজয়ী হিচাপে ঘোষণা কৰা হয়। বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (BFI) সভাপতি অজয় […]

Read More
 উত্তৰপ্ৰদেশত দৰগাহৰ ওপৰত চলিল যোগীৰ বুলডোজাৰ

উত্তৰপ্ৰদেশত দৰগাহৰ ওপৰত চলিল যোগীৰ বুলডোজাৰ

উত্তৰপ্ৰদেশত অপৰাধ, অবৈধ দখল আদিৰ বিৰুদ্ধে বুলডোজাৰৰ ব্যৱহাৰ এতিয়া সহজ ঘটনা হৈ পৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দ্বিতীয়টো ইনিংছটো অপৰাধৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰে আৰম্ভ কৰিছে। সেই হেতু চৰকাৰী বুলডোজাৰৰ পৰা ৰেহাই পোৱা নাই দৰগাহ। ভূমি বেদখল কৰি নিজৰ পৰিসীমা বৃদ্ধি কৰি থকা মোল্লাশ্বাহ দৰগাহত চলে চৰকাৰী বুলডোজাৰ। প্ৰদেশখনৰ এটা জিলাত বেদখল উচ্ছেদ অভিযানত দৰগাহটোৰ ওপৰত বুলডোজাৰ […]

Read More
 অহা ২৫ বছৰৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰাৰ সময় BJP ৰ বাবে : প্ৰধানমন্ত্ৰী মোডী

অহা ২৫ বছৰৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰাৰ সময় BJP ৰ বাবে : প্ৰধানমন্ত্ৰী মোডী

বিজেপি নেতৃত্বাধীন NDA ৰ ৮ বছৰ দেশৰ সন্তুলিত উন্নয়ন, সামাজিক ন্যায় আৰু সামাজিক সুৰক্ষাৰ বাবে সমৰ্পিত কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০১৪ চনৰ পিছত চৰকাৰৰ বিতৰণ প্ৰণালীৰ ওপৰত মানুহৰ বিশ্বাস পুনৰুদ্ধাৰ কৰা হৈছে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জয়পুৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ সভাত ভাষণ দি মোডীয়ে দলৰ নেতা আৰু কৰ্মীসকলক চৰকাৰৰ কল্যাণমূলক পদক্ষেপৰ পৰা […]

Read More
 শনিবাৰে মাজনিশাৰ পৰা দেশজুৰি হ্ৰাস পালে  পেট্ৰ’ল আৰু ডিজেলৰ দাম। মুদ্ৰাস্ফীতিয়ে অভিলেখ সৃষ্টি কৰা দে

শনিবাৰে মাজনিশাৰ পৰা দেশজুৰি হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। মুদ্ৰাস্ফীতিয়ে অভিলেখ সৃষ্টি কৰা দে

২০৩০ চনত ভাৰতৰ কমেও ৯ কোটি লোক তীব্র খাদ্যসংকটত (Food crisis) পৰিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ ভোক নিবাৰণ কৰিবলৈ পণ লোৱা ভাৰতৰ ভৱিষ্যতক লৈ আশংকা ব্যক্ত কৰিছে একাংশ বিজ্ঞানীয়ে। আন্তর্জাতিক খাদ‌্যনীতি গৱেষণা কেন্দ্রৰ বৈশ্বিক খাদ‌্যনীতি প্ৰতিবেদন ২০২২ত এই উদ্বেগজনক তথ‌্য সন্নিৱিষ্ট কৰা হৈছে। দেশখনত পৰিস্থিতি যিটো দিশে অগ্ৰসৰ হৈছে, তাৰে আধাৰত এই আশংকা ব্যক্ত […]

Read More
 সুখবৰ : পেট্ৰ’ল-ডিজেলৰ দাম কমিল

সুখবৰ : পেট্ৰ’ল-ডিজেলৰ দাম কমিল

শনিবাৰে মাজনিশাৰ পৰা দেশজুৰি হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। মুদ্ৰাস্ফীতিয়ে অভিলেখ সৃষ্টি কৰা দেশখনত দুয়োবিধ ইন্ধনৰ দাম হ্ৰাসে বজাৰ অৰ্থনীতিত কিছু সুস্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে শুল্ক হ্ৰাস কৰাত পেট্ৰ’ল-ডিজেলৰ দাম হ্রাস পালে। পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ৯.৫০ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৭ টকাকৈ হ্ৰাস পাইছে।নতুন নিৰিখ অনুসৰি আজি গুৱাহাটী […]

Read More