
আপুনি ভাৱে নে ইছলামে কোৰাণ ৰ মাধ্যমেৰে সকলোতে ই শান্তি বিচাৰে বুলি ? যিখন কোৰান ত কাফেৰ ৰ লগত বন্ধুত্ব পাতিবলৈ মানা কৰিছে তেনে এখন হিন্দু প্ৰধান দেশত সচাকৈয়ে মুছলমানে শান্তি বিচাৰে নে ? আপুনি জানে নে ইছলাম ত Ghazwa -e- Hind মানে কি ? ভাৰতীয় উপমহাদেশত মুছলমান আৰু কাফেৰ ( অমুছলমান ) ৰ মাজত যুদ্ধৰ আগজাননী যিখন যুদ্ধত মুছলমান ৰ বিজয় হ’ব বুলি কোৱা হৈছিল । আজি তাৰেই ৰণনীতি চলি থকা নাই নে ? সুযোগ পালেই দলিত হিন্দু ক অত্যাচাৰ , হিন্দু মন্দিৰত চুৰ কৰা , হিন্দু মন্দিৰ ভঙা ঔৰংজেৱৰ ক নিজৰ অতি মৰমৰ বুলি গৰ্ববোধ কৰা সকলৰ ৰণনীতি কি সেই কথা আমি অনুভৱ কৰিব লাগিব । আজি মুছলমান সকলে সকলো ক্ষেত্ৰত সোমাই পৰিছে । প্ৰশাসনিক দিশৰ পৰা ৰাজনৈতিক , বেপাৰ বাণিজ্য তথা অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে মুছলমান হৈ আগুৱাই আহিছে । তাহানিৰ বিদ্যালয় ত গোৱা প্ৰাৰ্থনা ও তেওঁলোকৰ মতে এয়া কাফেৰৰ প্ৰাৰ্থনা হৈ পৰিছে । ইয়াতকৈ দুখৰ কথা কি হ’ব পাৰে । অসম তথা ভাৰতৰ বাহিৰৰ পৰা অহা গোড়া মৌলানাবোৰে অতি বেছি মুছলমান কৰিবলৈ যি কুচকাৱাজ চলাইছে সেই পৰিকল্পনা ই নিশ্চয় কৈ মুছলমান সকলক ভয়ংকৰ ভাৱে হিন্দু বিৰোধী কৰি তুলিবলৈ সাৰ পানী যোগাই আহিছে । অকল মুছলমানেই সত্য ,বাকীবোৰ অসত্য তথা ভুৱা এই কথা তেওঁ লোকৰ মাজত কোৰাণৰ দ্বাৰা সুমুৱাই দিয়া হৈছে । মুছলমানেই হয়টো এনে এটা পন্থা , য’ত আপুনি তেওঁ লোকৰ ধৰ্মীয় নবী তথা ধৰ্মীয় গ্ৰন্থ ৰ বিৰুদ্ধে মাত মাতিলে আপোনাক হত্যা কৰা হ’ব পাৰে । সঘনাই বামপন্থী সকলে কয় হিন্দু ধৰ্মত কথা কোৱাৰ স্বাধীনতা নাই ! পিছে জনাই জানে । কিন্তু মুছলমান ধৰ্ম ত জানো আছে । নিজে চাওকচোন Rubika Liyaquat ,Taslima Nasreen ৰ দৰে কেইবাগৰাকী ও মহিলাৰ বিৰুদ্ধে অত্যন্ত সৰব মুছলমান সমাজ । ক’ত হেৰাল তথাকথিত নাৰীবাদী মহিলাসকল । এইটো স্পষ্ট যে ইছলাম ত নাৰীৰ Freedom of Expresion নাই বুলি কলেও চাগে বঢ়াই কোৱা নহব । ইছলাম বিজ্ঞসমাজ এয়ায়েই নেকি যিয়ে নুপুৰ শৰ্মাৰ পুতুলা ক ফাচী দিয়া দেখিও মৌন হৈ আছে । আচলতে তেওঁলোক বাধ্য ।