
আকৌ অসমত লাভ জেহাদৰ বলি হিন্দু যুৱতী । নিজকে কেতিয়াবা বিজয় দাস আৰু কেতিয়াবা বিচিত্ৰ দাস বুলি হিন্দু যুৱতী এজনীৰ লগত চিনাকি হৈ হৈ যেতিয়া তেওঁলোকৰ মাজত সম্পৰ্ক গভীৰ হ’ব লয় তেতিয়া ধুৰন্ধৰ মুছলমান যুৱকজনে নিজৰ আচল পৰিচয় টো ছোৱালী জনীক কয় । মুছলমান ধুৰন্ধৰ যুৱক জনে কয় যে , যদি ছোৱালী জনীয়ে বেলেগ ৰ আগত যুৱকজনৰ পৰিচয় সম্পৰ্কে বেলেগ ৰ আগত কয় তেন্তে তাইৰ ফটো বোৰ ভাইৰেল কৰা হ’ব । এনে দৰে চাৰি বছৰ ধৰি যুৱতী জনী ৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৰ বলি হ’ব লগা হয় হিন্দু যুৱতী জনী । উল্লেখযোগ্য যে , যেতিয়া হিন্দু সংগঠন এটা ই এই খবৰ টো পাই , মুছলমান ল’ৰা জনক কৰায়ত্ত কৰে , কৰায়ত্ত কৰা মুছলমান যুৱকজনে কয় যে তেওঁ ক তেওঁ ৰ বন্ধু ছফিকুলে হিন্দু ছোৱালীজনীৰ নম্বৰটো দিছিল আৰু ল’ৰা জনক উক্ত ফোন নম্বৰ ত ফোন কৰি , মেচেজ দি ছোৱালী জনীক প্ৰেমৰ জালত পেলাবলৈ কৈছিল । এয়া জানো লাভ জিহাদ নহয় ? অসমত এনে শ শ ঘটনা প্ৰতিদিনেই ঘটে কিন্তু উপযুক্ত প্ৰচাৰৰ মাধ্যম নোহোৱা কাৰন এই ঘটনা বোৰ হেৰাই যায় । সমান্তৰালকৈ সেই ঘটনাৰ লগত হেৰাই যাব লগা হয় সেই হিন্দু ছোৱালী আৰু তাইৰ পৰিয়ালবৰ্গ ও । এবাৰ ভাৱকচোন মিঞা তথা মুছলমান সমাজৰ প্ৰভাৱ থকা অঞ্চলত কেনেকৈ প্ৰতিদিনে অসুৰক্ষিত ভাবে দিন কটাবলগীয়া হৈছে একাংশ হিন্দু পৰিয়ালে । সমাজত এনে হাজাৰ হাজাৰ ছফিকুলে প্ৰতিদিনে ষড়ষন্ত্ৰ কৰি হিন্দু ছোৱালী ক মুছলমান ৰ ভুৱা প্ৰেমত পেলোৱাৰ পৰিকল্পনা কৰি শাৰিৰীক সম্পৰ্ক স্থাপন কৰি হিন্দু ছোৱালী ক ব্লেক মেইল কৰি আহিছে ।এই লাভ জেহাদ, মুছলমান যুৱকৰ দ্বাৰা ১৯৯২ চনত ৰাজস্থান ত হিন্দু যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি ফটো ভাইৰেল কৰিম বুলি কৈ কৰা পৰিকল্পনা যেন নহয় নে ? সময় সমাগত ,কথাবোৰ ভাবি চাবলগীয়া হৈছে।