মহিলা উৎপীড়নকাৰী ভুৱা BJP নেতা শ্ৰীকান্ত ত্যাগীৰ অবৈধ নিৰ্মাণত বুলডোজাৰ যোগী প্ৰশাসনৰ
নয়ডা কৰ্তৃপক্ষই মহিলা উৎপীড়নকাৰী নেতা শ্ৰীকান্ত ত্যাগীৰ অবৈধ নিৰ্মাণত চলালে বুলডোজাৰ। উত্তৰ প্ৰদেশৰ নয়ডা কৰ্তৃপক্ষৰ দলটো চেক্টৰ-৯৩বিৰ অ’মেক্স চ’চাইটিত উপস্থিত হৈছে আৰু মহিলাক উৎপীড়ন কৰা নেতা শ্ৰীকান্ত ত্যাগীৰ অবৈধ নিৰ্মাণত চলাইছে বুলডোজাৰ। শ্ৰীকান্ত ত্যাগীয়ে তেওঁৰ ফ্লেটৰ চাৰিওফালে অবৈধ নিৰ্মাণ কৰিছিল। যিসমূহ এতিয়া JCB আৰু বুলডোজাৰৰ সহায়ত ভাঙি পেলোৱা হৈছে। ইফালে শ্ৰীকান্ত ত্যাগীৰ সন্ধান কৰা হৈছে […]
Read More