সমাজ পৰিৱৰ্তনত মোদীৰ মাষ্টাৰষ্ট্ৰোক : চহৰাঞ্চলত নিশ্চিত হ’ব দৰিদ্ৰৰ ন্যূনতম আয়

সমাজ পৰিৱৰ্তনত মোদীৰ মাষ্টাৰষ্ট্ৰোক : চহৰাঞ্চলত নিশ্চিত হ’ব দৰিদ্ৰৰ ন্যূনতম আয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ আধাৰো অধিক সময় পাৰ হ’ল। এই সময়ঠোৱাত চৰকাৰখনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশখনৰ জনসাধাৰণৰ আৰ্থিক প্ৰগতিৰ বাবে যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে। কৰোনাপিষ্ট দেশখনৰ অৰ্থনীতীয়ে লাহে লাহে পুনৰ মূৰ দাঙি উঠিবলৈ ধৰিছে। এই ধাৰা অব্যাহত ৰাখি চৰকাৰখনে শেহতীয়াকৈ এটা যুগান্তকাৰী পদক্ষেপ লোৱাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ জৰিয়তে দেশখনত বিৰাজমান আৰ্থিক বৈষম্যৰ […]

Read More