ভাৰতৰ হিন্দু সকলৰ বিৰুদ্ধে ইছলামিক মৌলবাদী সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া ( PFI) ৰ ভয়ংকৰ ষড়ষন্ত্ৰ ফাদিল । PFI ৰ ৮ পৃষ্ঠা জোৰা নথিখনে আগন্তুক বছৰবোৰত PFI য়ে কৰিবলগীয়া কামবোৰক বিতং কৈ দাঙি ধৰিছে । ইণ্ডিয়া ভিজন ২০৪৭ নামৰ এই ভয়ংকৰ নথিখন বিহাৰ পুলিচে প্ৰকাশ কৰাৰ পিছতেই সকলোকে ই নতুনকৈ ভাবিব লৈ বাধ্য কৰাইছে । PFI ৰ ফালৰ পৰা স্পষ্ট কৈ কোৱা হৈছে যে ভাৰতত থকা মুছলমান ৰ ১০% মুছলমানে PFI ৰ হৈ কাম কৰিলেও এই লক্ষ্য সহজে লাভ কৰিব পাৰিব । হিন্দু সকলৰ ওপৰত বিভিন্ন প্ৰকাৰে আধিপত্য বিস্তাৰ কৰি হিন্দু সকলক থানবান কৰাৰ লক্ষ্য আগত ৰাখি PFI য়ে সকলো মুছলমান ক আগবাঢ়ি আহিবলৈ ও অনুৰোধ জনায়। PFI য়ে তেওঁলোকৰ প্ৰশিক্ষিত কেডাৰৰ সহায়ত আৰু তুৰস্ক ৰ দৰে ইছলামিক দেশৰ সহায়ত ভাৰতীয় হিন্দু সকলৰ বিৰুদ্ধে পূৰ্ণাংগ সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা বুলিও উল্লেখ কৰিছে সেই নথি-পত্ৰখনত । ভাৰতৰ সাংবিধানিক ব্যৱস্থা ৰ ওফৰাই ইছলামিক আইন ৰ প্ৰবৰ্তন আৰু হিন্দুসকলক থানবান কৰিবলৈ PFI ৰ ফালৰ পৰা অন্য ইছলামিক ৰাষ্ট্ৰ সমুহক সহায় ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰে । বিহাৰ আৰক্ষী য়ে স্পষ্ট কৈ কৈছে যে গ্ৰেপ্তাৰ কৰা ইছলামিক মৌলবাদী পাৰভেজ আৰু জালাউদ্দিনে বহু দিন ধৰি এই মিচনৰ কাৰনে লাখ লাখ টকা সংগ্ৰহ ও কৰি আহিছে । নথিখন ত স্পষ্ট কৈ কোৱা হৈছে যে , বহু দিনৰেই পৰা PFI ৰ কেডাৰ বোৰে এই কামত নিৰবিচ্ছিন্ন ভাৱে লাগি আছে । নথিখন স্পষ্ট কৈ লিখিছে যে , আল্লাহে মুছলমান ক দুটা কাৰনত সৃষ্টি কৰিছে প্ৰথম টো হ’ল মাত্ৰ আল্লাহ ৰ নীতি নিয়ম প্ৰচাৰ কৰা আৰু ইছলামিক শাসন স্থাপন কৰি মুছলমান ৰ হৈ কাম কৰা ।

কিন্তু আজি আমি হিন্দু হিচাপে কিমানখিনি এক হৈ আছো ।আজি আমি সকলোৱে ইছলামিক নীতি নিয়ম ত পৰোক্ষভাৱে হ’লেও সমৰ্পণ হোৱা নাই নে । ৰাতিপুৱা ৰ পাচলি , মাছ মাংস , ঘৰত কাম কৰা তিৰোতা জনী, খেতি পথাৰৰ মিঞাজন ,ফল বেপাৰী জন আজি চাগে এনে এটা ব্যৱসায় নোলাব যিটো ৰ ব্যৱসায় ইছলামিক নেটৱৰ্ক টোৱে কৰা নাই কিন্তু হিন্দু সকল কিমান সজাগ । কিছু মাহ আগত PFI ৰ লিংক থকা কেডাৰ অসমত ও দেখিবলৈ পোৱা গৈছিল ইয়াৰ অৰ্থ এইটো নহয় নে আজি PFI য়ে সমগ্ৰ ভাৰততে ই বিভিন্ন বেশ ভুষা ৰ জৰিয়তে এই সমাজত মিলি নিজৰ কামখিনি ক আগুৱাই লৈ গৈ আছে !

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial