২১ৰ পৰা ২৪ ছেপ্টেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘লোকমন্থন: ২০২২’.
‘লোকমন্থন’ আমাৰ দেশৰ সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পদৰ সন্ধানত ৰাষ্ট্ৰীয় বৌদ্ধিক সংগঠন ‘প্ৰজ্ঞা প্ৰৱাহ’ৰ দ্বাৰা সূচনা কৰা এক যাত্ৰা। অহা ২১, ২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘লোকপৰম্পৰা’ক মুখ্য বিষয়বস্তু হিচাপে লৈ লোকমন্থন: ২০২২ ৰ আয়োজন কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (আই এফ এন ই) এই অনুষ্ঠানৰ […]
Read More