অশেষ উৎকণ্ঠাৰ অন্তত ঘোষণা হ’ল HSLCৰ ফলাফল । প্ৰথম স্থান লাভ কৰিছে ৫৯৭ নম্বৰেৰে লখিমপুৰৰ ৰক্তপল শইকীয়াই।

দ্বিতীয় স্থান লাভ কৰিছে ৫৯৬ নম্বৰেৰে নলবাৰীৰ ভূয়সী মেধি

তৃতীয় স্থান লাভ কৰিছে ৫৯৫ নম্বৰেৰে পশ্চিম কাৰ্বি আংলংৰ মৃদুপৱন কলিতা ডিব্ৰুগড়ৰ লাবিব মুজিব, লখিমপুৰৰ পার্থ প্ৰতিম দাস

চতুৰ্থ স্থান ৯৫৪ নম্বৰেৰে বৰপেটাৰ স্বপ্নৰাজ কলিতা, গোলাঘাটৰ স্নেহা শইকীয়া, যোৰহাটৰ সমাদৃতা শৰ্মা, তিনিচুকীয়াৰ অনিশা বৰা

পঞ্চম স্থান ৫৯৩ নম্বৰেৰে বৰপেটাৰ জুবেৰ হুছেইন, দৰঙৰ প্ৰাণজিৎ বৰদলৈ, যোৰহাটৰ শ্বানাজ আনজুম য়াছমিন,লখিমপুৰৰ ইকুইত আবুট দত্ত

ষষ্ঠ স্থান ৫৯২ নম্বৰেৰে গোৱালপাৰাৰ বিতোপন মেধি, নলবাৰীৰ মূৰ্ছনা বৰ্মণ

সপ্তম স্থান ৫৯১ নম্বৰেৰে বৰপেটাৰ জ্যোতিপল তালুকদাৰ, লখিমপুৰৰ শৰ্মিষ্ঠা ভাগৱতী, শিৱসাগৰৰ প্ৰিয়ানুজ বৰদলৈ, দ্বীপশিখা বৰুৱা, কামৰূপ(M) অশ্বিলেশা শৰ্মা, নিশা শৰ্মা

অষ্টম স্থান ৫৯০ নম্বৰেৰে বৰপেটাৰ হৰ্ষিত বৰ্মণ, যোৰহাটৰ অলিভিয়া বৰা, নগাঁৱৰ ৰাজ নন্দিনী বৈদ্য, তেজাল আগৰৱাল, উদেষ্ণা বৰদলৈ, শোণিতপুৰৰ নেহা উপাধ্যায়

নৱম স্থান ৫৮৯ নম্বৰেৰে বৰপেটাৰ ডিভাইন A.P শৰ্মা, দৰংৰ আকাশদ্বীপ ভূঞা, ডিব্ৰুগড়ৰ ধৃতিষ্মান দত্ত, কামৰূপ(R) তাবিবুল হক, লখিমপুৰৰ পার্থ প্ৰতিম বৰা, মৰিগাঁও বিদিশা নাথ, নগাঁও সৃষ্টি নন্দা কাশ্যপ,শিৱসাগৰৰ আৰিণ ভূঞা, জ্যোতিৰ্ময় দত্ত, কামৰূপ(M) অনসূয়া ঠাকুৰীয়া

দশম স্থান লাভ ৫৮৮ নম্বৰেৰে বৰপেটাৰ আলমিনা খাতুন, বঙাইগাঁও অনুভৱ কাপিল, কাছাৰৰ বিশ্বদ্বীপ নাথ, ডিব্ৰুগড় অন্যন্যা ভৰদ্বাজ, অনামিকা গগৈ, লখিমপুৰ অয়ন মিত্ৰ, মৰিগাঁও কৌস্তৱ জ্যোতি নাথ, নগাঁও অদিতি দাস, নলবাৰী দিব্যজ্যোতি লহকৰ, ধৃতিস্মিতা ডেকা, শিৱসাগৰৰ হিমাংশু দাস, ৰক্তোপল বৰা, শোণিতপুৰৰ কল্লোল বিশ্বাস, কামৰূপ(M) সৌৰভ বৰ্মণ, মায়ংক আগৰৱাল, জুৰিশ্মা চক্ৰৱৰ্তী, মাজুলী অনুৰাগ বৰা, নগাঁও MD. হাম্মাদুৰ ৰহমান।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial