
গুণোৎসৱ ৰ মাজতেই চৰ্চা ত এটি ফেচবুক পোষ্ট । Ajay Nath নামৰ লোকজনৰ ফেচবুক পোষ্টটোৱে স্তম্ভিত কৰিছে সকলোকে। বিদ্যালয় ত এজন ল’ৰা ই সকলোকে ই উদ্দেশ্য কৰি দিলে আজান । উক্ত ভিডিঅ’টো যোৰহাট জিলাৰ মৰিয়নিৰ নকছাৰিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে,
এইখন কোনো মাদ্ৰাছা নহয় বৰঞ্চ এখন প্ৰাথমিক বিদ্যালয় হে ৷ অভিভাৱক তথা হিন্দু ল’ৰা ছোৱালী থকা স্কুল এখনত আজান দিবলৈ কোনে দিলে অনুমতি ? যোৰহাট ৰ দৰে ঠাইত যদি এই অৱস্থা হ’ব পাৰে তেন্তে চেঙা , বৰপেটা , ধুবুৰী ৰ বিদ্যালয় বোৰত অৱস্থা কি হ’ব অনাগত সময়ত? এদিন এনে দিন আহিব নেকি যে ছাত্ৰ ছাত্ৰী সকলে কব সৰস্বতী বন্দনা কাফেৰসকলৰ বন্দনা , আমি আল্লাহ ৰ কাৰনে আজান দিম। হিন্দু সংখ্যাগৰিষ্ঠ চৰকাৰী বিদ্যালয় ত আজান দিয়া কাৰ্য ক কোনে অনুমতি দিব পাৰে , সেই কথাটো ও পোহৰলৈ অহা ৰ দৰকাৰ । আজি আজান দিছে , কালি লৈ সৰস্বতী পুজা নামানা হ’ব । এইবোৰ কাৰ্য অত্যন্ত গৰিহনাযোগ্য । চৰকাৰ ক অতি সোনকালে উচিত ব্যৱস্থা ল’বলৈ আহ্বান বিজ্ঞসমাজৰ ।