Northeast

ড্ৰাগছ ৰ ক্ষেত্ৰত অসম আৰক্ষী ৰ বিশেষ সফলতা

কাৰ্বি আংলং পুলিচ ৰ বিশেষ সফলতা । আজি পুৱা কাৰ্বি আংলং পুলিচৰ এটা টীমে WB74P4456 গাড়ী খনক কৰায়ত্ব কৰি ৯৬৬ গ্ৰাম হেৰ’ইন জব্দ কৰে । জব্দ কৰা এই হেৰ’ইন খিনি ৭৫ টা বাকচত লৈ অনা হৈছিল । ইতিমধ্যে এই ঘটনা ৰ লগত অভিযুক্ত দুজন লোকক কৰায়ত্ব কৰে কাৰ্বি আংলং পুলিচে । উল্লেখ্য যে, ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ
ড্ৰাগছৰ ক্ষেত্ৰত আপোচ বিহীন নীতি তথা অসম পুলিচক মুক্তহস্ত প্ৰদান কৰাৰ বাবে আজি যথেষ্ট খিনি ড্ৰাগছ সৰবৰাহ কমি গৈছে অসমত । কিন্তু এতিয়াও এইক্ষেত্ৰত কৰিব লগীয়া যথেষ্ট খিনি বাকী আছে অসম আৰক্ষী ৰ । এতিয়ালৈকে অসম আৰক্ষী য়ে প্ৰায় ১৯২০ কৌটি টকাৰ ড্ৰাগছ ধ্বংস কৰে । একাংশ সন্দেহযুক্ত মিঞা মানুহৰ নেটৱৰ্ক য়েও ড্ৰাগছ ৰ গতিবিধি ত যথেষ্ট খিনি সাৰপানী যোগান ধৰি অহা পৰিলক্ষিত হৈছে ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial