অনিল শইকীয়াক ড০ ভূপেন হাজৰিকা বঁটা ৰ'টাৰী ক্লাবৰ



লোকসংস্কৃতিৰ সাধক অনিল শইকীয়াক অসমীয়া লোকসংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে গুৱাহাটী ৰ’টাৰী ক্লাবে ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা প্রদান কৰে৷ গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত বঁটাটো গ্রহণ কৰি ড০ শইকীয়াই এজন গৱেষকৰ দৃষ্টিভংগীৰে অসমীয়া সমাজত ড০ হাজৰিকাৰ গীত আৰু প্রবন্ধৰ আর্থ–সামাজিক তথা সাংস্কৃতিক দিশৰ ওপৰত আলোকপাত কৰে৷


অনিল শইকীয়াই সম্প্রতি অসমীয়া জনজীৱনত ড০ হাজৰিকা, তেওঁৰ সৃষ্টি আৰু চিন্তাৰ প্রাসংগিকতা সম্পর্কেও উল্লেখ কৰে ড০ শইকীয়াই৷

6 views0 comments