ডিচেম্বৰত গুৱাহাটীত একেলগে গুৱাহাটী গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা




কৰোনাসৃষ্ট পৰিস্থিতিয়ে লাহে লাহে বাগৰ সলাইছে। দেশৰ লগতে অসমতো ভাইৰাছবিধৰ সংক্ৰমণ হ্ৰাস পাইছে। ইয়াৰ মাজতে গ্ৰন্থপ্ৰেমীৰ বাবে আহিছে এটা ভাল খবৰ।


ডিচেম্বৰৰ শেষ সপ্তাহত গুৱাহাটীত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা৷ এইবাৰ গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা একেলগে অনুষ্ঠিত হ'ব৷ প্ৰকাশন পৰিষদ আৰু গ্ৰন্থ বিক্ৰেতা সন্থাই যৌথভাৱে অনুষ্ঠিত কৰিব এইবাৰৰ গ্ৰন্থমেলা৷

5 views0 comments