ভৱানীপুৰ-গোসাঁইগাঁৱত নিশ্চিত জয়ৰ দিশে মিত্ৰজোঁট





ভৱানীপুৰ সমষ্টিত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ। দশম ৰাউণ্ডৰ অন্তত তেওঁ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ৩১,০৮৬টা ভোটত অগ্ৰগতি লাভ কৰিছে। বিজেপি প্ৰাৰ্থীজনে ৪৯,০২০টা ভোট পাইছে।


ইফালে, গোসাঁইগাঁও সমষ্টিতো মিত্ৰজোঁটৰ বিজয় প্ৰায় নিশ্চিত হৈ পৰিছে। সমষ্টিটোত ইউপিপিএল প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে ষষ্ঠ ৰাউণ্ডৰ অন্তত ২৯,৯৪০টা ভোট লাভ কৰি ১৭,৯৪০টা ভোটৰ অগ্ৰগতি লাভ কৰিছে।

2 views0 comments