আজি অসমত ক’ত কিমান পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িল







দেশজুৰি আজিও পেট্ৰ’ল আৰু ডিজেলৰ দামবৃদ্ধি হৈছে। বিগত ১২ দিনত মাজতে এদিন বাদ দিলে দুয়োবিধ ইন্ধনৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। ইতিমধ্যে অসমৰ প্ৰতিখন জিলাত পেট্ৰ’ৰ দাম এশ টকাৰ ওপৰলৈ উঠিছে। ডিজেলৰ দামো দ্ৰুতগতিত এশ টকাৰ ঘৰ স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে। বিগত দিনকেইটাৰ দৰে দামবৃদ্ধিৰ ধাৰাবাহিকতা অব্যহত থাকিলে দেশখনত ডিজেলৰ দামে চেঞ্চুৰী কোবাবলৈ বেছিদিন নালাগিব।

আজি দেশৰ বিভি অংশত ভিন্ন দৰত বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ দাম।ইয়াৰ ফলত ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম ১০২. ৬১ টকা হোৱাৰ লগতে ডিজেলৰ দাম হৈছে ৯৩.৮৭ টকা। কলকাতাত পেট্ৰ’লৰ দাম ১১২.১৯ টকা আৰু ডিজেলৰ দাম হৈছে ৯৭.০২ টকা। মুম্বাইত পেট্ৰ’লৰ দাম ১১৭.৫৭ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ দাম হৈছে ১০১.৭৯ টকা। একেদৰে চেন্নাইত পেট্ৰ’লৰ দাম হৈছে ১০৮.২১ টকা। আনহাতে, গুৱাহাটী মহানগৰত শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত ৮৫ পইচাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত গুৱাহাটীত পেট্ৰ’লৰ দাম ১০২.৮৯ টকা আৰু ডিজেলৰ হৈছে ৮৮.৭৫ টকা।



অসমৰ জিলাই জিলাই আজি নিৰ্ধাৰিত ডিজেলৰ নাম-

বাক্সা ৮৮.৭৭ টকা/লিটাৰ (+০.৮৪ টকা)

বৰপেটা ৮৯.০৬ টকা/লিটাৰ (+১.১০ টকা)

বিশ্বনাথ ৮৯.৭৫ টকা/লিটাৰ (+১.২৪ টকা)

বঙাইগাঁও ৮৮.৪৯ টকা/লিটাৰ (+০.৮২ টকা)

কাছাৰ ৮৯.২০ টকা/লিটাৰ (+১.০১ টকা)

চৰাইদেও ৮৯.১৭ টকা/লিটাৰ (+০.৮৫ টকা)

চিৰাং ৮৮.৪০ টকা/লিটাৰ (+০.৮৫ টকা)

দৰং ৮৮.৬৫ টকা/লিটাৰ (+০.৬৮ টকা)

ধেমাজি ৮৯.১৪ টকা/লিটাৰ (+১.৪৪ টকা)

ধুবুৰী ৮৯.৯০ টকা/লিটাৰ (+০.৮২ টকা)

ডিমা হাচাও ৯০.৬১ টকা/লিটাৰ (+১.১৭ টকা)

গোৱালপাৰা ৮৯.২৯ টকা/লিটাৰ (+০.৮৫ টকা)

গোলাঘাট ৮৮.৬০ টকা/লিটাৰ (+১.০০ টকা)

হাইলাকান্দি ৮৯.৬৯ টকা/লিটাৰ (+১.৪৪ টকা)

হোজাই ৮৯.৮০ টকা/লিটাৰ (+১.৩০ টকা)

যোৰহাট ৮৮.৭৩ টকা/লিটাৰ (+০.৭০ টকা)

কামৰূপ ৮৮.৮৭ টকা/লিটাৰ (+১.২৭ টকা)

মহানগৰ ৮৮.৭৫ টকা/লিটাৰ (+১.১৬ টকা)

কাৰ্বি আংলং ৮৯.৫৫ টকা/লিটাৰ (+০.৬৮ টকা)

কৰিমগঞ্জ ৮৯.৩৯ টকা/লিটাৰ (+০.৫৬ টকা)

কোকৰাঝাৰ ৮৯.০০ টকা/লিটাৰ (+০.৮৫ টকা)

লখিমপুৰ ৯০.৪৭ টকা/লিটাৰ (+১.০৮ টকা)

মাজুলী ৮০.৭২ টকা/লিটাৰ (+০.৮১ টকা)

মৰিগাঁও ৮৯.০২ টকা/লিটাৰ (+০.৮৫ টকা)

নগাঁও ৮৯.০৫ টকা/লিটাৰ (+০.৫২ টকা)

নলবাৰী ৮৯.০৯ টকা/লিটাৰ (+০.৮৫ টকা)

শিৱসাগৰ ৮৯.৩৪ টকা/লিটাৰ (+০.৫১ টকা)

শোণিতপুৰ ৮৮.৭২ টকা/লিটাৰ (+০.৯৩ টকা)

তিনিচুকীয়া ৮৮.৬৯ টকা/লিটাৰ (+১.১৪ টকা)

ওদালগুৰি ৮৯.৪৫ টকা/লিটাৰ (+১.১৪ টকা)

পঃ কাৰ্বি আংলং ৮৯.৯৩ টকা/লিটাৰ (+০.৮৫ টকা)।

আনহাতে, ৰাজ্যখনত জিলাই জিলাই পেট্ৰ’লৰ দাম এনে ধৰণৰ-




জিলা পেট্ৰ’লৰ দাম

বাক্সা ১০২.৯১ টকা/লিটাৰ 0.88

বৰপেটা ১০৩.২২ টকা/লিটাৰ 1.16

বিশ্বনাথ

১০৩.৯৫ টকা/লিটাৰ 1.36

বঙাইগাঁও

১০২.৫০ টকা/লিটাৰ 0.84

কাছাৰ ১০৩.৩৩ টকা/লিটাৰ 1.07

চৰাইদেও

১০৩.৩৪ টকা/লিটাৰ 0.89

চিৰাং

১০২.৫০ টকা/লিটাৰ 0.88

দৰং

১০২.৭৮ টকা/লিটাৰ 0.71

ধেমাজি

১০৪.৩৮ টকা/লিটাৰ 1.52

ধুবুৰী ১০৪.০২ টকা/লিটাৰ 0.86

ডিব্ৰুগড় ১০৩.২৭ টকা/লিটাৰ 1.21

ডিমা হাচাও

১০৪.৭৯ টকা/লিটাৰ 1.25

গোৱালপাৰা

১০৩.৪৭ টকা/লিটাৰ 0.89

গোলাঘাট ১০২.৭২ টকা/লিটাৰ L 1.04

হাইলাকান্দি ১০৩.৮৬ টকা/লিটাৰ 1.53

হোজাই ১০৩.৯৯ টকা/লিটাৰ 1.37

যোৰহাট ১০২.৮৭ টকা/লিটাৰ 0.74

কামৰূপ ১০৩.০২ টকা/লিটাৰ 1.35

কামৰূপ মেট্ৰো ১০২.৮৯ টকা/লিটাৰ 1.22

কাৰ্বি আংলং ১০৩.৭২ টকা/লিটাৰ 0.70

কৰিমগঞ্জ ১০৩.৫২ টকা/লিটাৰ 0.57

কোকৰাঝাৰ

১০৩.১৫ টকা/লিটাৰ 0.88

লখিমপুৰ ১০৪.৭২ টকা/লিটাৰ 1.14

মাজুলী

১০৫.০২ টকা/লিটাৰ 0.85

মৰিগাঁও

১০৩.১৮ টকা/লিটাৰ 0.89

নগাঁও

১০৩.২২ টকা/লিটাৰ 0.53

নলবাৰী

১০৩.২৫ টকা/লিটাৰ 0.89

শিৱসাগৰ

১০৩.৫২ টকা/লিটাৰ 0.51

শোণিতপুৰ

১০২.৮৩ টকা/লিটাৰ 0.98

তিনিচুকীয়া

১০২.৮২ টকা/লিটাৰ 1.20

ওদালগুৰি

১০৩.৬৪ টকা/লিটাৰ 1.20

পস্চিম কাৰ্বি আংলং

১০৪.১৪ টকা/লিটাৰ 0.89

7 views0 comments