হিন্দু উছৱত বাধা ইছলামিক মৌলবাদীৰ : উত্তৰাখণ্ডতো হনুমান জয়ন্তীত আক্ৰমণ







ৰাম নৱমীৰ দৰেই হনুমান জয়ন্তীতো শোভাযাত্ৰাকাৰীৰ ওপৰত দেশজুৰি আক্ৰমণৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল মৌলবাদী মুছলমানে। অৱশ্যে আৰক্ষীৰ তৎপৰতাত ৰাম নৱমীৰ দৰে সেয়া সফল নহ’লেও কিছু পৰিমাণে ইছলামিক মৌলবাদীসকল সফল হয়। দিল্লীৰ উপৰি উত্তৰাখণ্ডত হনুমান জয়ন্তীৰ শোভাযাত্ৰাকাৰীৰ ওপৰত মৌলবাদী মুছলমানে আক্ৰমণ চলায়। ঘটনাত আৰক্ষী বিষয়াসহ কমেও দহজন লোক আহত হয়। শনিবাৰে ৰাজ্যখনৰ ৰুৰকীত ইছলামিক মৌলবাদীয়ে হনুমান জয়ন্তীৰ শোভাযাত্ৰাকাৰীৰ ওপৰত আক্ৰমণ চলায়।

ঘটনাটোৰ পিছত উত্তৰাখণ্ডত হাইএলাৰ্ট জাৰি কৰা হৈছে। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হ’বলৈ ধৰিছে। ভিডিঅ’ উন্মত্ত ইছলামিক মৌলবাদীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কিদৰে মৰণপণ চেষ্টা কৰিবলগীয়া হৈছে, সেয়া প্ৰতিফলিত হৈছে। সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ভগৱানপুৰ থানাৰ অন্তৰ্গত দাদা জালালপুৰ গআংৱৰ পৰা বজৰংগ দলৰ কৰ্মীয়ে হনুমান জয়ন্তী উপলক্ষে গঞাৰ সহযোগত শোভাযাত্ৰা এটা উলিয়াইছিল। শোভাযাত্ৰাটো দাদাপট্টী গাঁৱৰ মুছলমান বসতিপূৰ্ণ অঞ্চলেৰে গৈ থাকোঁতে মৌলবাদী মুছলমানে শোভাযাত্ৰাকাৰীৰ ওপৰত শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। ঘটনাত মাণ্ডাৱৰ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ কমেও দহজন আহত হয়।


ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, হনুমান জয়ন্তী উপলক্ষে শনিবাৰে ষোভাযাত্ৰা এটা উলিওৱা হৈছিল। নিশা প্ৰায় ৮ বজাত শোভাযাত্ৰাকাৰী দলটো দাদাপট্টীৰ পৰা জালালপুৰ গাঁৱত প্ৰৱেশ কৰিবলৈ লোৱাৰ ময়তে এটা ঘৰৰ চাদৰ পৰা শিলাবৰ্ষণ আৰম্ভ হয়। ইয়াৰ পিছত ক্ৰমে দ্বিতীয় আৰু তৃতীয় ঘৰৰ চাদৰ পৰা অনুৰূপ ধৰণে শিলাবৰ্ষণ আৰম্ভ হয়। লগে লগে চাৰিওফালৰ পৰা উচ্চ বাচ্য আৰম্ভ হয়। শোভাযাত্ৰাকাৰীৰ মাজত হুৱা-দুৱা লাগে।এই পৰিৱেসত অধিকাংশ লোক আহত হয়।


ইছলামিক মোলবাদীয়ে এখন গাখীৰৰ বাহনৰো ক্ষতি কৰে। ঘটনাৰ বাতৰি পোৱাৰ লগে লগে ভগৱানপুৰ থানা ভাৰপ্ৰাপ্ত বিষয়া পি ডি ভট্টই দলে-বলে সেই স্থানত উপস্থিত হয়। তেতিয়াহে আক্ৰমণৰ ঘটনা নিয়ন্ত্ৰিত হয়।

আনহাতে, জিলাখনৰ আৰক্ষী অধীক্ষক প্ৰমেন্দ্ৰ ডোভালে কয় যে শোভাযাত্ৰাকাৰীৰ ওপৰত ঘৰৰ চাদৰ পৰা শিলাবৰ্ষণ কৰা হৈছিল। শিলৰ আঘাতত কেইবাজন লোক আহত হয়। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ লগতে আহতৰ পক্ষক আইন হাতত তুলি নল’বলৈ আবেদন জনাইছে। ইফালে, হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক যোগেন্দ্ৰ সিং ৰাৱটৰ মতে সদ্যহতে পৰিস্থিতি নিয়ন্ত্ৰণাধীন। ঘটনাটোৰ তদন্ত চলি আছে।

প্ৰসংগক্ৰমে উল্লেখ্য যে দিল্লীৰ জাহাংগীৰপুৰীতো হনুমান জয়ন্তীৰ শোভাযাত্ৰাত ইছলামিক মৌলবাদীয়ে আক্ৰমণ কৰিছিল। তদুপৰি, কেইদিমান পূ্বে ৰাম নৱমীৰ শোভাযাত্ৰাত দেশৰ কেইবাখনো ৰাজ্যত চলোৱা হৈছিল আক্ৰমণ। ইয়াৰ পৰা বুজিব পাৰি যে হিন্দুৰ উছৱত আক্ৰমণৰ বাবে ইছলামিক মৌলবাদী বিশেষ ধৰণৰ যড়যন্ত্ৰ ৰচনা কৰি থৈছে। হিন্দুৰ পৱিত্ৰভূমি ভাৰতত হিন্দুক উছৱ পাতিবলৈ নিদিয়াৰ ব্লু-প্ৰিণ্ট ৰচিছে নেকি ইছলামিক মোলবাদীয়ে।

7 views0 comments