বাংলাদেশ বা পাকিস্তান নহয় , এইবাৰ মা কালীৰ মন্দিৰত আক্ৰমণ শ্বিলং ত !




আকৌ এবাৰ মা কালি মন্দিৰত আক্ৰমণ একাংশ হিন্দু বিৰোধী ৰ । পাকিস্তান , আফগানিস্তান অথবা বাংলাদেশত নহয় , এইবাৰ এই আক্ৰমণ শ্বিলং ত । শেহতীয়াকৈ শ্বিলং ৰ এটি কালি মন্দিৰত একাংশ হিন্দু বিৰোধী শক্তি য়ে পৰিকল্পিতভাৱে মা কালি ৰ মন্দিৰটো ভাঙি পেলাই । পিছে কোন এইসকল । আমি সকলোৱে জানো আজিৰ তাৰিখত খ্ৰীষ্টান তথা সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ দ্বাৰা কেনেকৈ ভৰি পৰিছে শ্বিলং চহৰ । হিন্দু সকলৰ আস্থা ক এনেদৰে বহুবাৰ কুঠাৰাঘাট কৰিবলৈ চেষ্টা চলা হৈ আহিছে । যিবোৰ ঘটনা সৌ সিদিনালৈ বাংলাদেশ , পাকিস্তান আদিত দেখিবলৈ পোৱা গৈছিল সেই ঘটনা এইবাৰ উত্তৰ পূৰ্বাঞ্চলত । পিছে কিহৰ ইংগিত এয়া । একফালে সন্দেহযুক্ত বাংলাদেশী সকলৰ আগ্ৰাসন আনহাতে খ্ৰীষ্টান মিছনেৰী সকলৰ ধৰ্মান্তৰণে উত্তৰ পূৰ্বাঞ্চলৰ জনগাথনিত কেনেকৈ প্ৰভাৱ পেলাইছে সেইকথা আকৌ এবাৰ কোৱাৰ প্ৰয়োজন নাই । উত্তৰ পূৰ্বাঞ্চলৰ বহু কেইখন ৰাজ্য ত এতিয়া হিন্দু জনসংখ্যা মাত্ৰ একক সংখ্যা ৰ ঘৰত । কথাতেই আছে যি ঠাইত হিন্দু সংখ্যা লঘু হয় , সেই ঠাইত স্বাভাৱিকভাৱে বাঢ়ে হিন্দু ৰ মন্দিৰত আক্ৰমণ । তাৰেই জলন্ত প্ৰমান শ্বিলং ৰ এই আক্ৰমণ । নিশ্বয়কৈ এয়া এক গৰিহণা যোগ্য তথা এনে কাৰ্য কৰোতা সকলে উচিত প্ৰত্যুত্তৰ দিব লাগে ।

4 views0 comments