লাভ জেহাদ : তামুলপুৰৰ যুৱতীক ইছলামৰ জনসংখ্যা বৃদ্ধিৰ মেচিনত পৰিণত কৰাৰ চেষ্টা





ইছলামিক আগ্ৰাসন আৰু সম্প্ৰসাৰণৰ বাবে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষতো দীৰ্ঘদিন ধৰি এপাট অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈ আছে লাভ জেহাদ। অস্ত্ৰপাটৰ জৰিয়তে নিজৰ ধৰ্মীয় পৰিচয় গোপন কৰি হিন্দু বা আন ধৰ্মৰ প্ৰতিফলন ঘটিব পৰাকৈ নাম লৈ হিন্দু কিশোৰী-যুৱতী-মহিলাক প্ৰেমৰ জালত পেলোৱা হয়। পিছত বিবাহৰ নাটক এখন কৰি হিন্দু কিশোৰী-যুৱতী-মহিলাগৰাকী ইছলামলৈ ধৰ্মান্তৰ কৰা হয় আৰু তেওঁক ইছলামৰ জনসংখ্যা বৃদ্ধিৰ এটা মেচিনত পৰিণত কৰা হয়। এই মৌলবাদী ইছলামিষ্টসকলৰ এটাই আন ধৰ্মৰ পৰা লোক আনি যিমান সোনকালে পাৰি পৃথিৱীত ইছলামধৰ্মীৰ জনসংখ্যা বঢ়োৱা আৰু ইছলামিক আইন অনুসৰি বিশ্বখন চলোৱা। সেয়ে কাশ্মীৰৰ পৰা কাশ্মীৰী পণ্ডিতসকলক খেদি পঠিওৱাৰ সময়ত জেহাদীসকলে জাৰি কৰা ফটোৱাত মহিলাসকলক এৰি বাকীসকলোকে কাশ্মীৰ ত্যাগ কৰিবলৈ ফৰমান দিয়া হৈছিল। উদ্দেশ্য এটা, হিন্দু নাৰীক ইছলামৰ জনসংখ্যা বৃদ্ধিৰ একোটা মেচিনত পৰিণত কৰা। শেহতীয়াকৈ লখিমপুৰৰ মুছলমান যুৱক এজন তেনে দুস্কাৰ্যৰ বাবে কামৰূপ আৰক্ষীৰ জালত পৰিছে।


লখিমপুৰ বগৰীজানৰ সঞ্জু খান নামৰ যুৱকজনে নিজকে হিন্দু বুলি পৰিচয় দি

এগৰাকী হিন্দু যুৱতীক পলুৱাই নিছিল। এতিয়া যুৱকজন ৰঙাঘৰৰ আলহী। জানিব পৰামতে তামুলপুৰৰ যুৱতীগৰাকী কামৰূপৰ বংশৰত শিপিনী হিচাপে কাম কৰে। যুৱতীগৰাকীৰ ম'বাইল ফোনৰ জৰিয়তে বগৰীজানৰ সঞ্জু খানৰ লগত পৰিচয় হয় ৷ সঞ্জুৱে ফোনত নিজকে হিন্দু যুৱক বুলি পৰিচয় দি যুৱতীগৰাকীক নিজৰ পত্নী কৰি ল'বলৈ প্ৰবল ইচ্ছা ব্যক্ত কৰে আৰু সঘনে ফোন কৰি থাকে ৷ যুৱকজনৰ চলাহী কথাত যুৱতীগৰাকী অৱশেষত মান্তি হয় আৰু এদিনা বংশৰলৈ যুৱকজনক মাতি আনি গোপনে লখিমপুৰলৈ দুয়ো গুচি যায় ৷ যুৱতীগৰাকীয়ে যুৱকজনৰ ঘৰ পোৱাৰ পিছতহে জানিব পাৰে যে তেওঁলোক মুছলিম সম্প্ৰদায়ৰ লোক ৷ লগে লগে যুৱতীগৰাকী ঘৰলৈ উভতি আহিব বিচাৰে যদিও যুৱকজনে কোনোপধ্যে যুৱতীগৰাকীক আহিবলৈ নিদি শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই জোৰকৈ নিজৰ ঘৰত ৰাখি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰায় ৷ যুৱতী ৎগৰাকীয়ে কেইবাদিনো ঘৰলৈকে গুচি আহিবলৈ চেষ্টা চলাই বিফল হয় ৷ সঞ্জুৰ পৰিয়ালে যুৱতীগৰাকীৰ পৰা ম’বাইল ফোনৰ লগতে হাতত থকা টকাও কাঢ়ি নিয়। সাত মাহ তেনেদৰে অতিবাহিত হোৱাৰ পিছত এদিন সঞ্জু খান ঘৰত নথকাৰ সুযোগত অতি গোপনে লুকাই থোৱা কেইটামানে টকাৰে যুৱতীগৰাকী লখিমপুৰ বাছ আস্থানৰ পৰা বাছত উঠি বংশৰত উপস্থিত হয় ৷ এই খবৰ লাভ কৰাৰ লগে লগে মুছলমান সম্প্ৰদায়ৰ যুৱকজনে যুৱতীগৰাকীক ফোন কৰি শীঘ্ৰে লখিমপুৰলৈ উভতি আহিবলৈ কয় ৷ নহ'লে যুৱতীগৰাকীৰ অশ্লীল ফটোৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰিব বুলি ভাবুকি দিয়ে ৷ কিন্তু যুৱতীগৰাকীয়ে ব্লেকমেইলিঙৰ ফান্দখনত ভৰি নিদিয়াত যুৱতীগৰাকীক নিবলৈ যুৱকজনে নিজে আহি শুকুৰবাৰে বংশৰত উপস্থিত হয়। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ইছলামিক সম্প্ৰসাৰণবাদী সঞ্জু খানক শুৱালকুছি আৰক্ষী থানাত গতাই দিয়ে ৷ শুৱালকুছিৰ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি যুৱকজনক জে'ললৈ প্ৰেৰণ কৰে ৷

6 views0 comments