একে সময়তে একেলগে ৯গৰাকীক বিবাহ : কোন এইজন এক বিবাহৰ ঘোৰ বিৰোধী




একেলগে ৯গৰাকী মহিলাক বিয়া কৰাই সংবাদমাধ্যমৰ চৰ্চালৈ আহিছে ব্ৰাজিলৰ এজন পুৰুষ। চাও পাওলো চহৰৰ এটা কেথলিক গীৰ্জাত অনুষ্ঠিত বিয়াখনৰ ফটো সামজিক মাধ্যমত ওলোৱাৰ লগে লগে ভাইৰেল হৈ পৰে। দৰাজনৰ নাম আৰ্থাৰ অ'উৰ্চো। তেওঁ এগৰাকী জনপ্ৰিয় মডেল।



বাতৰি অনুসৰি মডেল আৰ্থাৰ অ'উৰ্চো বিবাহিত। তেওঁ শেহতীয়াকৈ ৯গৰাকী মহিলাক একেলগে বিয়া কৰাইছে। আৰ্থাৰে এই সন্দৰ্ভত কয়, "মই এগৰাকী মহিলাক বিয়া কৰোৱা পৰম্পৰাৰ বিৰোধী। সেয়েহে একেখন মণ্ডপত ৯গৰাকী মহিলাক বিয়া কৰাই মই এখন বিবাহৰ বিৰুদ্ধে মাত মাতিছো।"

59 views0 comments