মাডাৰ অল্ড এজ হোমৰ আইতাৰে প্ৰাক জন্মদিন জুবিনৰ




১৮ নৱেম্বৰ অৰ্থাৎ আজি অসম গৌৰৱ জুবিন গাৰ্গৰ ওপজা দিন যদিও ১৭ নৱেম্বৰৰ পৰাই শিল্পীগৰাকীৰ জন্মদিন উদযাপন আনুষ্ঠানিকতা আৰম্ভ হৈছে।   কালি আয়ুচুন্দ্ৰা হাস্পতালত জুবিনৰ জন্মদিন উপলক্ষে এটা বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'য় । Mother Old Age Home ৰ আইতাসকলক হাস্পতালখনলৈ আনি বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়। তদুপৰি আইতাসকলক কম্বল উপহাৰ দিয়া হয়। অনুষ্ঠানত জুবিন গাৰ্গে সোশৰীৰে উপস্থিত থাকি কেক কাটি আইতাসকলৰ মাজত প্ৰাক্ জন্মদিন উৎযাপন কৰে।

4 views0 comments