অনিমেষৰ হত্যাকাণ্ড : ১৪নং নৰপিশাচ তিলৌক গ্ৰেপ্তাৰ





যোৰহাটৰ বুকুত সংঘটিত অনিমেষ ভূঞা হত্যাকাণ্ডৰ ১৪নং অপৰাধীটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে সদৰি কৰা অনুসৰি, অপৰাধীটোৰ নাম প্ৰিয়ংশু দাস ওৰফে তিলৌ। বয়স ১৮বছৰ। জানিব পৰা মতে, সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যাংশৰ ভিত্তিত তিলৌক চিনাক্ত ককি গ্ৰেপ্তাৰ কৰা হয়। ক'লাগুণ্ডা বাহিনীৰ সৈতে অনিমেষ ভূঞাক প্ৰহাৰ কৰা দলটোৰ অন্যতম আছিল তিলৌ।

8 views0 comments