ওপজাদিনৰ শুভেচ্ছা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ- নতুন সৃষ্টিৰ প্লাৱন নমাই আনক জুবিনে




ৰাস মহোৎসৱত ভাগ লোৱাৰ বাবে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

জুবিন গাৰ্গক আজি ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়- 'অসমীয়া সংগীত  জগতৰ হিয়াৰ আমঠু জুবিনলৈ ওপজা দিনৰ আন্তৰিক শুভকামনা জনালোঁ। কেইবাটাও দশক ধৰি শ্ৰোতাক গীত আৰু কণ্ঠৰে মন্ত্ৰমুগ্ধ কৰি অহা জুবিনৰ ভৱিষ্যতৰ দিনসমূহেও  নতুন সৃষ্টিৰ প্লাৱন নমাই আনক ইয়াকে কামনা কৰিলোঁ৷'

4 views0 comments