অমিক্রন : কৰোনাৰ নতুন ৰূপক লৈ গুৰুত্বপূৰ্ণ বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী




কৰোনাৰ নতুন অৱতাৰ অমিক্ৰন আৰু ভেকচিনক লৈ শনিবাৰে এখন জৰুৰী বৈঠকত অনুষ্ঠিত কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কৰোনাৰ নতুন ৰূপক লৈ গুৰুত্বসহকাৰে আলোচনা হয়। B.1.1.529 নামৰ ৰূপটোৰ নাম দিয়া হৈছে অমিক্রন।


বৈঠকত পিকে মিশ্র, কেবিনেট সচিব ৰাজীৱ গৌবা, কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ, নীতি আয়োগৰ সদস্য ড০ ভিকে পাল উপস্থিত থাকে। বৈঠকত কৰোনাৰ নতুন অৱকাৰটো যাতে ভাৰতত সংক্ৰমণৰ জাল তৰিব নোৱাৰে, সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

21 views0 comments