আকৌ লাভ জিহাদত বলি ৰঙিয়াৰ কবিতা বৈশ্য!





লাভ জিহাদ -দেশত খলকনি তোলা এটা নাম আজিৰ সময়ত। সন্দেহ নাই, লাভ জেহাদ এটা অতি স্পর্শকাতৰ বিষয়৷চৰকাৰ কঠোৰ হোৱাৰ পিছত ও, অসমতো লাভ জেহাদ নামৰ সমস্যাটো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ টিভি, বাতৰিকাকতত বিষয়টোৰে সম্পর্কিত বাতৰি প্রায়েই প্রকাশ পায়৷ সর্বাধিক প্রকাশ পায় সামাজিক মাধ্যমত৷ হিন্দু যুৱতীক প্রেমৰ জালত পেলাই পলুৱাই নিয়া বহু মুছলমান যুৱকক তথাকথিত ৰাইজৰ আদালত বিচাৰ চলাই শাস্তি বিহাৰ ভিডি’ সামাজিক মাধ্যমত সততে প্রকাশ পায়৷সেই লাভ জিহাদ ক প্ৰতিহত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ই কৈছিল," মই প্রতিজ্ঞা কৰিছোঁ, এই আজমলৰ আর্মিয়ে আমাৰ জীয়ৰীসকলক স্পর্শ কৰিলে তেওঁলোকৰ একমাত্র শাস্তি হ’ব মৃত্যুদণ্ড। আগন্তুক দিনত মই লাভ জিহাদৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সংকল্প লৈ আগবাঢ়িছোঁ"। বহুতেই ভাবিছিল এয়া আছিল মাত্ৰ নিৰ্বাচনী প্ৰতিচ্যুতি হে মাথো কিন্তু এতিয়া জনগনে গম পাইছে এই চৰকাৰে প্ৰতি দিনে কিমান কঠোৰ ভাৱে দমন কৰিছে সমাজৰ ব্যাধি সমুহ । তেওঁ ইয়াকো কৈছিল যে, ৰাজ্যত ক’ৰবাত নাৰীৰ বিৰুদ্ধে অপৰাধ হ’লে অপৰাধীক সর্বোচ্চ শাস্তি দিয়া হ’ব কিন্তু দুখৰ বিষয় যে ৰঙিয়াৰ লাভ জিহাদৰ বলি কবিতা বৈশ্যৰ পৰিয়ালে এতিয়াও নাপালে ন্যায় । লাভ জেহাদীৰ ষড়যন্ত্ৰত পৰি আকৌ আত্মহত্যা ৰ পথ বাচি লব লগা হ'ল ৰঙিয়াৰ কবিতা বৈশ্য । নীৰৱ ৰঙিয়া প্ৰশাসন নীৰৱ ৰঙিয়াৰ সংবাদ মাধ্যম । শংকৰ শৰ্মা নামৰ ভুৱা পৰিচয়ৰে কবিতাৰ সৈতে বহু বছৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল মৰনজনাৰ মুছলমান যুৱক ৰুহুল আমিনে । এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই কালপ্ৰীত ৰুহুল আমিন । সতেচন মহলে অনুৰোধ কৰিলে কালপ্ৰীত ৰুহুল আমিনক যেন অতি সোনকালে কৰায়ত্ত কৰে অসম পুলিচে । নহলে কালপ্ৰীত ৰুহুল ৰ দৰে শ শ ৰুহুলৰ জন্ম হব । যাৰ কাৰনে আকৌ কোনো এজনী কবিতা বৈশ্য ই মৃত্যু ক আকোৱালি লব লাগিব ।

8 views0 comments