গৌতম গম্ভীৰক হত্যাৰ ভাবুকি আইছিছৰ




পূব দিল্লীৰ বিজেপি সাংসদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক ই-মেইলৰ জৰিয়তে আইএছআইএছ কাশ্মীৰ-এ দিছে হত্যাৰ ভাবুকি। এই সন্দৰ্ভত গম্ভীৰে দিল্লী আৰক্ষীক এখন এজাহাৰ দাখিল কৰি যাৱতীয় নথি জমা দিছে।



ইফালে, ডিচিপি চেন্ট্ৰেল স্বেতা চৌহানে সংবাদ মাধ্যমৰ আগত কয় যে কয় যে এজাহাৰ লাভৰ পিছতে তদন্ত আৰম্ভ কৰা হৈছে। গম্ভীৰৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

2 views0 comments