আজিৰে পৰা আৰম্ভ ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযান : কাৰ্যালয়সমূহৰ লগতে প্ৰত্যেকৰে ঘৰে ঘৰে উত্তোলন কৰা হৈছে ত্ৰিৰঙ্গা

আজিৰে পৰা আৰম্ভ ‘হৰ ঘৰ ত্ৰিৰঙ্গা অভিযান’। আজাদী কা অমৃত মহোৎসৱৰ অধীনত চৰকাৰে স্বাধীনতা দিৱসক বিশেষ কৰি তুলিবলৈ ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযান চলাই আছে। আজিৰ পৰা প্ৰতিজন মানুহেই তেওঁলোকৰ ঘৰ আৰু প্ৰতিষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলন কৰিছে। উল্লেখযোগ্য যে চৰকাৰে সকলো লোককেই ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযানৰ অধীনত ১৩ ৰ পৰা ১৫ আগষ্টলৈ তেওঁলোকৰ ঘৰ বা প্ৰতিষ্ঠানত […]

Read More