বোকাৰ মাজেৰে খোজকাঢ়ি বানবিধ্বস্ত এলেকা পৰিদৰ্শন কাছাৰৰ DC-ৰ : ভাইৰেল হৈ পৰিছে ফটো

অসমৰ কেইবাটাও ঠাইত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বানাক্ৰান্ত অঞ্চলসমূহত বিভিন্ন ৰাজনৈতিক ব্যক্তি, বিভিন্ন সংগঠনসমূহে পৰিদৰ্শন কৰিছে। এই সমূহৰ লগে লগে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি থকা অসমৰ কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লি নামৰ IAS বিষয়াগৰাকীৰ কিছুমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। IAS বিষয়া কীৰ্তি জাল্লিয়ে বোকাৰ মাজেৰে গৈ ৰাজ্যখনৰ কিছুমান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। অঞ্চলবোৰৰ […]

Read More