লাডাখত ভয়ংকৰ দুৰ্ঘটনা : সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ ৭ গৰাকী সৈনিক নিহত, আহত ১৯ সৈনিক
লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত ভয়ংকৰ দুৰ্ঘটনা। ২৬ জন সৈনিকৰ সৈতে এখন বাহন ৰাস্তাৰ পৰা পিছলি পৰিল শ্বায়োক নদীত। যাৰ ফলত ৭ জন সৈনিক নিহত হয় । ১৯ গৰাকী সৈনিক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। সেনাৰ এক সূত্ৰই কয় যে “থোইজৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত বাহনখন ৰাস্তাৰ পৰা পিছলি যায় আৰু শ্বায়োক নদীত প্ৰায় ৫০-৬০ ফুট গভীৰতালৈ […]
Read More