শেহতীয়াভাৱে অসমত Diploma of Pharmacist কোৰ্ছ ত যিসকলৰ নামভৰ্তি হৈছে এইসকলৰ ভিতৰত ৩০০ জনতকৈ ও অধিক চৰ অঞ্চল ৰ মিঞা আৰু কেইবাহাজাৰো মুছলমান সম্প্ৰদায়ৰ। চৰ অঞ্চল ৰ মিঞাবোৰে EWS প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অবতীৰ্ণ হয় এই পৰীক্ষা ত । পেৰা মেডিকেল এনে এটা ক্ষেত্ৰ যিটো ক্ষেত্ৰ ত ৰোগীৰ স্বাস্থ্য পৰীক্ষা নিৰীক্ষা কৰা হয় আৰু এই ৰিপোৰ্ট ৰ ওপৰত ভিত্তি কৰি ডাক্তৰে মেডিচিন লিখে । উল্লেখযোগ্য যে একেদৰে BSc Nursing ৰ ক্ষেত্ৰত ও হাজাৰ হাজাৰ মুছলমান ছাত্ৰী য়ে EWS প্ৰমাণপত্ৰ ৰে Srimanta Sankaradeva University of Health Sciences য়ে আয়োজিত কৰা প্ৰবেশ পৰীক্ষা ত উৰ্ত্তীণ হবলৈ সক্ষম হয় । এই ক্ষেত্ৰত বেলেগ সম্প্ৰদায়ৰ EWS প্ৰমাণপত্ৰ নাই নেকি ? নে একাংশ ই তলৰ পৰা ওপৰলৈ মেনেজ ৰ দ্বাৰা উলিয়াই লৈছে এই প্ৰমাণপত্ৰ । অসম আৰক্ষী ত যেনেকৈ যেনেকৈ কম্পিউটাৰ প্ৰমান পত্ৰ বোৰ ভেৰিফিকেছন হৈছিল ঠিক তেনেকৈ এইবোৰ EWS ছাত্ৰ ছাত্ৰী সচাকৈ EWS হয় নে তাৰ ভেৰিফিকেচন হোৱাটো সকলোৱে অনুভৱ কৰিছে । এইবোৰ মাত্ৰ এইবাৰ হোৱা ঘটনা নহয় । প্ৰতিবছৰে পেৰা মেডিকেল ক্ষেত্ৰখত মিঞা অঞ্চলৰ বহুত ছাত্ৰ ছাত্ৰী য়ে নামভৰ্তি ৰ সুযোগ পায় । ইয়াৰ মাজত সন্দেহযুক্ত নাগৰিকৰ সতি সন্তান যে নাথাকিব কোনে যুক্তি দিব পাৰিব । এটা সময়ত এই মিঞা সকলে বাস কৰা চৰ অঞ্চলৰ বাবে পেৰামেডিকেলত বিভিন্ন আসন সংৰক্ষণ হৈ আছিল । যিটো আজিও তেনেদৰেই আছে । যিটো সময়ত আমি মিঞা কবিতা , মিঞা সংস্কৃতিৰ বিৰুদ্ধে আগুৱাই আহিছো সেই সময়ত অসমতেই চৰ অঞ্চল ত বাস কৰা মিঞাৰ কাৰনে সংৰক্ষণে কিহৰ ইংগিত দিছে । মুখত মিঞাৰ ভোট নালাগে কিন্তু মিঞা সকলক চৰকাৰী সুবিধা দি ভুমি পত্ৰ সকলৰ লগত অন্যায় কৰা নাই ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial