
আমি হিন্দু , আমি একো কৰিব নোৱাৰো । আমি তেওঁলোকে কৰা প্ৰতিটো হত্যা ক খুব বেছি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিব পাৰো । ইয়াতকৈ বেছি আমি একো কৰিব নোৱাৰো কাৰন আমি হিন্দু । যোৱাকালি ৰাজস্থানৰ উদয়পুৰৰ মালদচ পথত থকা এজন দৰ্জীক ইছলামিক মৌলবাদী য়ে হত্যা কৰিলে। হত্যাৰ কাৰণ, দৰ্জীজনে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন প্ৰবক্তা নূপুৰ শৰ্মাৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। ইমানেই দোষ আছিল হিন্দু দৰ্জীজনৰ । এতিয়ালৈকে কোনো সৎ মুছলমানে এই হত্যা ৰ বিৰুদ্ধে ঠিয় দিয়া নাই । পেটে পেটে যেন সকলো মুছলমানে এই হত্যা ৰ সমৰ্থন কৰিছে সেই কথা বুজিবলৈ বাকী নাই । মুছলমান হ’বলৈ হ’লে হজৰত মহম্মদ তথা কোৰাণ ক মানিবয়েই লাগিব আনহাতে অমুছলমান ক হত্যা কৰা ৰ ঘটনা আজিৰ নহয় । যেতিয়ালৈ কোৰাণ থাকিব তেতিয়া লৈ এই হত্যা কোনেও ৰখাব নোৱাৰে । কিন্তু কথাটো হ’ল , মাত্ৰ কাৰোবাক সমৰ্থন জনোৱা কাৰনে কৰা হত্যা ই ভয়ংকৰ ভাৱে সমাজখন থানবান কৰিব । এনে আকোৰগোজ মানসিকতা কেতিয়াও গ্ৰহনযোগ্য হ’ব নোৱাৰে । ৰাজস্থান হত্যা ৰ লগত জড়িত ইছলামিক মৌলবাদী সকলে প্ৰধানমন্ত্ৰী ৰ বিৰুদ্ধে ও অশোভনীয় মন্তব্য প্ৰদান কৰাৰ উপৰিও তেওঁ ক ও একেখন চুৰি ৰে হত্যা ৰ ভাবুকি প্ৰদান কৰে ।
হত্যাকাৰী সকলে যে এজন দৰ্জী ক হত্যা কৰিছে তেনে নহয় , হত্যা ৰ পিছত তেওঁলোকে কৰা ভিডিঅ’ চালে স্পষ্ট ভাৱে প্ৰমাণিত হয় যে ইছলামিক ভাৱনাৰ বিৰুদ্ধে মাত মতা প্ৰতিজন এনেদৰে হত্যা কৰাৰ বাবে তেওঁলোক যেন বদ্ধপৰিকৰ। এই হত্যাকাণ্ড সম্পূৰ্ণ ভাৱে তালিবানী ষ্টাইলত কৰা হৈছিল। এই হত্যাকাণ্ড ৰ মাষ্টাৰ মাইণ্ড মহম্মদ ৰিয়াজ য়ে ১৭ জুনতেই এটা ভিডিঅ’ বনাই কৈছিল যে তেওঁ অনাগত সময়ত এই হত্যাকাণ্ড কৰি এটা ভিডিঅ’ বনাব কিন্তু এইবোৰৰ পিছত ও মৌন হৈ থাকিল ৰাজস্থান ৰ কংগ্ৰেছ চৰকাৰ । ইতিমধ্যে NIA ক এই হত্যাকাণ্ড ৰ উচিত তদন্ত ৰ দায়িত্ব দিয়া হৈছে , কিন্তু NIA ৰ জালত যেন মহম্মদ ৰিয়াজ পৰিবলগীয়া নহয় সেইকাৰনে ৰাজস্থান ৰ কংগ্ৰেছ চৰকাৰ তৎপৰ হোৱাৰ বাতৰি পোহৰলৈ আহিছে । নিশ্চিতভাৱে ৰাজস্থান ৰ প্ৰতিজন মুছলমানেই ৰাজস্থান ৰ কংগ্ৰেছ চৰকাৰক ধন্যবাদ দিব লাগে ।
ইয়াৰ সমান্তৰালকৈ, হজৰত মহম্মদক মানৱ ইতিহাসৰ সৰ্বোত্তম আদৰ্শ আৰু সমালোচনাৰ উৰ্দ্ধত বুলি গণ্য কৰা প্ৰতিজন ইছলাম ধৰ্মী ৰ হাতত কানহায়া লালৰ তেজ চিৰদিনৰ বাবে লাগি ৰৈ গ’ল । ভাৰতবৰ্ষ দৰে এখন গনতন্ত্ৰ ত “গুস্তাখ এ ৰছুল কা এক হী সজা, সৰ তন সে জুদা, সৰ তন সে জুদা” বাক্য শাৰী কোনো পধ্যেই গ্ৰহন যোগ্য হ’ব নোৱাৰে । সময় সমাগত , কথাবোৰ ভাবি চোৱাৰ সময় আহি পৰিছে ।